Two Day AICTE VAANI Workshop on ” কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান পৰিচয় ” , 28-29 August, 2025
—– Click For more information For more information, contact: আমি জনাবলৈ পাই সূখী হৈছো যে, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ প্ৰয়োগ বিভাগে, এআইচিটিই ( AICTE ), নতুন দিল্লীৰ সহযোগত “কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান পৰিচয়” শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ ( অফলাইন ) আয়োজন কৰিছে ।দিনাংক: ২৮, ২৯ আগষ্ট , ২০২৫ (বৃহস্পতি , শুকুৰবাৰ)ভাষা : অসমীয়া ।গুৱাহাটী আইআইটি […]
