Two Day AICTE VAANI Workshop on ” কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান পৰিচয় ” , 28-29 August, 2025

For more information, contact:

আমি জনাবলৈ পাই সূখী হৈছো যে,  যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ প্ৰয়োগ বিভাগে,  এআইচিটিই ( AICTE ), নতুন দিল্লীৰ সহযোগত  “কৃত্ৰিম বুদ্ধিমত্তা আৰু ডাটা বিজ্ঞান পৰিচয়” শীৰ্ষক দুদিনীয়া কৰ্মশালাৰ ( অফলাইন ) আয়োজন কৰিছে ।
দিনাংক: ২৮, ২৯ আগষ্ট , ২০২৫ (বৃহস্পতি , শুকুৰবাৰ)
ভাষা : অসমীয়া ।
গুৱাহাটী আইআইটি , ডিব্ৰুগড় বিশ্ববিদ্যালয়, চফটৱেৰ উদ্যোগ আদিৰ সমল ব্যক্তিয়ে ভাষন প্ৰদান কৰিবলগীয়া এই কৰ্মশালাত যোগদান কৰোতাসকলক  এআইচিটিই ( AICTE ), ভাৰত চৰকাৰৰ প্ৰমান পত্ৰ প্ৰদান কৰা হ’ব ।
ভৰ্তি মাচুল : বিনামূলীয়া ।
যোগদান কৰিব পাৰিব :
১-  এআইচিটিই ( AICTE ) স্বীকৃত অনুষ্ঠানৰ শিক্ষক ।
2- স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থী ।
৩- গৱেষক ।
৪- উদ্যোগ ক্ষেত্ৰৰ ব্যক্তি ।
পণ্জীয়ন কৰক:
https://atalacademy.aicte.gov.in/login
আবেদন নং : 2094902401
অধিক তথ্যৰ বাবে –
ড° ধ্ৰুৱজ্যোতি বৰুৱা( 9864321999 )
ড° প্ৰিয়াক্ষী মহন্ত ( 9508201451 )

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়,  অসম ।

[ আসন সীমিত ]

Scroll to Top